বশিষ্ঠত গছ বাগৰি সম্পূৰ্ণৰূপে ধ্বংস প্ৰায় ৫০ বছৰীয়া কালী মন্দিৰ...

বৃষ্টিপাতৰ ফলত গছ বাগৰি বশিষ্ঠত সম্পূৰ্ণৰূপে ধ্বংস ৩০০ বছৰীয়া কালী মন্দিৰ

author-image
Asomiya Pratidin
New Update
ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

ডিজিটেল ডেস্ক : প্রৱল বৃষ্টিপাতৰ ফলত বশিষ্ঠত হাহাকাৰ পৰিস্থিতি। প্রকাণ্ড গছ বাগৰি পৰিল ঐতিহাসিক এটা কালী মন্দিৰৰ ওপৰত । গছ বাগৰি পৰা মন্দিৰটো আছিল ৩০০ বছৰীয়া। সম্পূৰ্ণৰূপে ধ্বংস হয় উক্ত ৩০০ বছৰীয়া কালী মন্দিৰটো।

Advertisment

ঘটনাৰ ফলত এই পৰ্যন্ত কোনো লোক হতাহতি হোৱাৰ খবৰ অহা নাই। উল্লেখ্য যে, বৃষ্টিপাত তথা ধুমুহাৰ ফলত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষয় ক্ষতি হোৱাৰ খবৰ আহি পৰিছে।

Also Read: আন্তঃৰাষ্ট্রীয় বেডমিণ্টনত অসম কন্যা অশ্মিতা চলিহাৰ সাফল্য

Assam police