'বাৰ্তাপখিলী'ৰ ২০২৪ বৰ্ষৰ পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা ঘোষণা...

৩ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত প্ৰদান কৰিব এই বঁটা

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা থানৰ শলগুৰি সত্ৰত ৬ এপ্ৰিলত পালনামৰ সামৰণী...

'বাৰ্তাপখিলী'ৰ ২০২৪ বৰ্ষৰ পুষ্পাদেৱী জালান সোঁৱৰণি সাহিত্য বঁটা ঘোষণা...

ডিজিটেল ডেস্কঃ ২০২৪ বৰ্ষৰ 'বাৰ্তাপখিলী' আলোচনীয়ে প্ৰদান কৰা 'পুষ্পাদেৱী জালান' সোঁৱৰণি সাহিত্য বঁটা ঘোষণা। এইবাৰ এই বঁটা প্ৰদান কৰা হ'ব ড০ মুক্তা বিশ্বাসলৈ।

Advertisment

ড০ বিশ্বাসক তেওঁৰ 'উপনিষদৰ ভাবাদৰ্শত মানৱতাবাদ' শীৰ্ষক গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে। অহা ৩ নৱেম্বৰৰ দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হ'বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হ'ব।

Also Read: এসময়ত তুলনা হৈছিল শচীন, লাৰাৰ সৈতে, এতিয়া স্থান নাই ঘৰুৱা ক্ৰিকেটতো...

সাহিত্য বঁটা বাৰ্তাপখিলী