ট্রেভেল এজেঞ্চীৰ নামত প্রতাৰণা কৰা এজনক গ্রেপ্তাৰ

ট্রেভেল এজেঞ্চীৰ নামত প্রতাৰণা কৰা এজনক গ্রেপ্তাৰ
  • ট্রেভেল এজেঞ্চীৰ নামত প্রতাৰণা কৰা এজনক গ্রেপ্তাৰ

  • চানমাৰি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে অংশুমান পালক

  • ব্ৰিটেইন লৈ যাব বিচৰা এজন লোকৰ পৰা সৰকাইছিল ধন

  • VISA আৰু বিমানৰ টিকটৰ নাম লৈছিল ১ লাখ ৮০ হাজাৰ টকা

  • পহিলা জানুৱাৰীত ধন জমা দিছিল ভুক্তভোগীজনে

  • পূৰ্বেও বহু লোকক প্রবঞ্চনা কৰাৰ অভিযোগ অংশুমানৰ বিৰুদ্ধে

  • পল্টন বজাৰস্থিত VISA ছাৰ্ভিচ এণ্ড ডিছক’ভাৰী টুৰ এণ্ড ট্রেভেলছৰ স্বত্বাধিকাৰী অংশুমান

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in