/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/44dae055-81dd-4c5b-8651-7b343a432a7c/111.jpg)
-
ট্রেভেল এজেঞ্চীৰ নামত প্রতাৰণা কৰা এজনক গ্রেপ্তাৰ
-
চানমাৰি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে অংশুমান পালক
-
ব্ৰিটেইন লৈ যাব বিচৰা এজন লোকৰ পৰা সৰকাইছিল ধন
-
VISA আৰু বিমানৰ টিকটৰ নাম লৈছিল ১ লাখ ৮০ হাজাৰ টকা
-
পহিলা জানুৱাৰীত ধন জমা দিছিল ভুক্তভোগীজনে
-
পূৰ্বেও বহু লোকক প্রবঞ্চনা কৰাৰ অভিযোগ অংশুমানৰ বিৰুদ্ধে
-
পল্টন বজাৰস্থিত VISA ছাৰ্ভিচ এণ্ড ডিছক’ভাৰী টুৰ এণ্ড ট্রেভেলছৰ স্বত্বাধিকাৰী অংশুমান