/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
- মহানগৰীৰ গড়চুক আৰক্ষীৰ জালত ড্রাগছ সৰবৰাহকাৰীৰ গেং। 
- দুই যুৱক আৰু দুগৰাকী মহিলাক গ্রেপ্তাৰ আৰক্ষীৰ। 
- বেতকুছিৰ পৰা গ্রেপ্তাৰ সীমান্ত কলিতা নামৰ সৰবৰাহকাৰীটোক। 
- হাজোৰ দলৈতলাৰ পৰা গ্রেপ্তাৰ দুই মহিলাসহ আন এটা সৰবৰাহকাৰীক। 
- ধৃত তিনিওগৰাকীৰ নাম ৰুনু বেগম, হামিদা বিবি, জুলফিকাৰ আলী। 
- জব্দ ১৮৫টা ড্রাগছভৰ্তি কণ্টেইনাৰ, গাঞ্জাভৰ্তি মোনা। 
- জব্দ কফ চিৰাপৰ বটল, ২৬টাকৈ মোবাইল ফোন। 
- লগতে জব্দ নগদ ধন ১,৩৮,৫৪০ টকা। 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us