New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/4ef65095-1ea3-4796-9155-2d25bfd15007/car.jpg)
নেহৰু ষ্টেডিয়ামৰ পৰা বি আই বি এন ফ্রেণ্ডশ্বিপ ইণ্টাৰনেচনেল কাৰ ৰেলী।
এই কাৰ ৰেলীৰ ফ্লেগঅফ কৰে মন্ত্রী পীযূষ হাজৰীকাই।
অংশ লয় বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ড০ ৰুহুল আমিনে।
এই কাৰ ৰেলীয়ে ভ্রমণ কৰিব কেইবাখনো ৰাষ্ট্র।
Also Read: পঞ্চম দিনৰ আৰম্ভণীতে স্বৰ্ণ পদক জয় ভাৰতৰ