/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fff923cc-508a-4a38-959c-f56de04660d5/118.jpg)
ডিজিটেল ডেস্ক : মহানগৰীত বুধবাৰে সন্ধিয়া অহা এজাক বৰষুণতে মালিগাঁৱত সৃষ্টি হৈছে কৃত্ৰিম বানৰ ৷ ফলত মালিগাঁৱৰ পুৰণি ব্ৰীজত এম্বুলেঞ্চসহ শ শ বাহন আৱদ্ধ হৈ পৰিছে ৷ দুৰ্ভোগ ভুগিছে জনসাধাৰণে।
পুৰণি ব্ৰীজখনত প্ৰায় এঘণ্টা ধৰি আবদ্ধ হৈ আছে যান-বাহন ৷ অৱশ্যে ডেৰ ঘণ্টা পাছত পানী কমিবলৈ ধৰাত যান-বাহনসমূহ পুনৰ চলিবলৈ আৰম্ভ কৰিছে।
Also Read: আন্তৰ্জাতিক মেচ খেলা ভাৰতীয় ক্ৰিকেটাৰৰ সংখ্যা কিমান জানেনে, কোন আছিল প্ৰথম অধিনায়ক, চাওক সবিশেষ