বিষ্ণু ৰাভা দিৱস উপলক্ষে দীপক সংঘৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা

বিষ্ণু ৰাভা দিৱস উপলক্ষে দীপক সংঘৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা

ডিজিটেল ডেস্ক : গুৱাহাটী মহানগৰীস্থিত সামাজিক-সাংস্কৃতিক অনুষ্ঠান দীপক সংঘৰ উদ্যোগত উদযাপন কৰা হ'ব বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু দিৱস। উদ্যোক্তাই জনোৱা অনুসৰি এইবাৰ দুদিনীয়াকৈ সংঘৰ নিৰ্মীয়মাণ ভৱনত বিষ্ণু ৰাভা দিৱসটি উদযাপন কৰা হ'ব।

সেই অনুসৰি দেওবাৰে দিনৰ ১১ বজাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। পঞ্চম শ্ৰেণীলৈ 'ক' শাখা আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 'খ' শাখা।

এই দুটা শাখাত ছাত্ৰ-ছাত্ৰীসকলক বিভক্ত কৰি অনুষ্ঠিত কৰা হ'ব চিত্ৰাংকণ প্ৰতিযোগিতা। আনহাতে অহা ২০ জুনৰ সন্ধিয়া বিষ্ণু ৰাভা দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব।

বিষ্ণু ৰাভা দিৱস উপলক্ষে দীপক সংঘৰ উদ্যোগত চিত্ৰাংকণ প্ৰতিযোগিতা
জালুগুটিত জিলা কৃষি বিভাগৰ উদ্যোগত 'বৰোধান চপোৱা উৎসৱ' উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in