কৃষিমন্ত্ৰী অতুল বৰাৰ চৰকাৰী আৱাসগৃহত বোমা সংস্থাপনেৰে হত্যাৰ ভাবুকি...

কৃষি মন্ত্ৰী অতুল বৰাৰ চৰকাৰী আৱাসগৃহত বোমা সংস্থাপনেৰে হত্যাৰ ভাবুকি...

author-image
Asomiya Pratidin
New Update
কৃষিমন্ত্ৰী অতুল বৰাৰ চৰকাৰী আৱাসগৃহত বোমা সংস্থাপনেৰে হত্যাৰ ভাবুকি...

কৃষি মন্ত্ৰী অতুল বৰাৰ চৰকাৰী আৱাসগৃহত বোমা সংস্থাপনেৰে হত্যাৰ ভাবুকি...

  • কৃষিমন্ত্ৰী অতুল বৰাক হত্যাৰ ভাবুকি।

  • মন্ত্ৰী অতুল বৰাৰ চৰকাৰী বাসগৃহত বোমা সংস্থাপনেৰে হত্যাৰ ভাবুকি।

  • প্ৰাণশ শাণ্ডিল্য নামৰ এটা ফেচবুক একাউণ্টৰ পৰা এই ভাবুকি।

  • আলফা (স্বাধীন)ৰ পৰা এই পৰিকল্পনাৰ কৰাৰ কথা উল্লেখ।

  • ঘটনা সন্দৰ্ভত চি আই ডিত গোচৰ ৰুজু।

  • আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে দিলে তদন্তৰ নিৰ্দেশ।

  • নিৰ্বাচিত জন প্ৰতিনিধিৰ বিৰুদ্ধে এনে ভাবুকি কোনো কাৰণতে গ্ৰহণ কৰা নহ'ব বুলি হুংকাৰ জিপি সিঙৰ।

Advertisment

Also Read: সত্ৰাধিকাৰ, ক্ৰীড়া উদ্যোগী লক্ষ্মীকান্ত মহন্ত চিকিৎসাধীন...

অসম আৰক্ষী অতুল বৰা