/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/a81238cd-f1d0-49b7-9e7f-af9ea9808142/muhan_1.jpg)
'মোহন' হিচাপে খ্যাত অভিনেতা দীপ জ্যোতি কেওঁট হৃদৰোগত আক্ৰান্ত....
-
জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওঁটগুৰুতৰভাৱে অসুস্থ।
-
হৃদৰোগত আক্ৰান্ত হৈছে অভিনেতাগৰাকী।
-
'বেহাৰবাৰী আউট পোষ্ট' ধাৰাবাহিকত 'মোহন' চৰিত্ৰৰে জনপ্ৰিয় হৈ পৰা অভিনেতাগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
-
জানিব পৰা মতে চিকিৎসকে অভিনেতাগৰাকীক অস্ত্ৰোপচাৰ কৰিছে।
-
হেল্থচিটি হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ মায়ংক আগৰৱালাৰ নেতৃত্বত চিকিৎসকৰ এটা দলে কৰিছে এই অস্ত্ৰোপচাৰ।
-
অভিনেতাগৰাকীক অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে লগে চিন্তিত হৈ পৰিছে অনুৰাগীসকল।
Also Read: 'অসমীয়া প্ৰতিদিন'ৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকাক অসম সাহিত্য সভাৰ 'অৰুণোদয় বঁটা' প্ৰদান...