
নাৰেংগীৰ সমীপত পথ দুৰ্ঘটনা
ৰাজপথৰ পৰা গৈ কাষৰ নলাত সোমাল এখন মেজিক
মেজিক খনৰ নম্বৰ AS 01 PC 1970
সৌভাগ্যক্ৰমে মেজিক খনত নাছিল কোনো যাত্ৰী
গুৰুতৰভাৱে আহত হৈছে মেজিক খনৰ চালক গৰাকী
ব্ৰেক ফেইল হোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ
সেই স্থানত পদপথত ৰৈ থকা ভালেকেইজন লোক কথমপি ৰক্ষা পৰে
দুৰ্ঘটনাস্থলীত যান-বাহন শাখাৰ আৰক্ষী উপস্থিত হৈ বুজ লয় পথ দুৰ্ঘটনাৰ