/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-24.jpg)
গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মহিলাৰ মৃতদেহ...
বুধবাৰে নিশা গণেশগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্রবেগী বিলাসী বাহনে মহটিয়াই নিলে বাইক আৰোহীক।
বাহনখনত অহা ৪ যুৱক সুৰাসক্ত অৱস্থাত থকাৰ অভিযোগ।
বাহনখনে ক্ষতিসাধন কৰে পদ সেতুৰ কেইবাটাও অংশ।
স্থানীয় লোকে বাহনখনৰ পৰা উদ্ধাৰ কৰিছে সুৰাৰ বটল।
সংকটজনক অৱস্থাত বাইক আৰোহী আৰু ৪ যুৱকক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us