/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-05/yqljqt5u/214.jpg)
অৱশেষত গঠন হ'ল আপৰ ৰাজ্যিক কমিটী।
ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ নেতৃত্বত গঠন কৰা হৈছে এই নতুন কমিটীখন।
ধানোৱাৰে দায়িত্ব গ্ৰহণৰ ১৫ দিনৰ ভিতৰতে গঠন কৰিলে পূৰ্ণাংগ সমিতি।
উজনি-নামনি, বৰাক- ব্ৰক্ষ্মপুত্ৰ উপত্যকা সামৰি গঠন হ’ল ৩৪ জনীয়া কমিটী।
নতুন সমিতিত সাধাৰণ সম্পাদক (প্ৰশাসন)ৰ দায়িত্বত ৰাজীৱ শইকীয়া।
উপ সভাপতিৰূপে মামুন ইমদাদুল হক চৌধুৰী, সৌমিক সেনগুপ্ত, অনুৰূপা ডেকাৰজা।
একেদৰে সাধাৰণ সম্পাদক পদত প্ৰাক্তন এ চি এছ পুনম গগৈ।
মিডিয়া সমন্বয়কৰ দায়িত্বত আছে গুৰপ্ৰীত সিং উপ্পল।
গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছে ভিক্টৰ গগৈ আৰু ৰুদ্ৰাংকুৰ হাজৰিকা।
আনহাতে জিএমচিৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগমক ৰাজ্যিক মহিলা বিভাগৰ দায়িত্ব অৰ্পণ।
গৱেষণা আৰু বিশ্লেষণ বিভাগৰ দায়িত্বত লক্ষ্মীকান্ত ডুবে।
Also Read: কাজিৰঙাত পৰিকল্পিত গঁড় হত্যাৰ ঘটনা : চোৰাং চিকাৰীক আটক