/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/f64181e8-3f5d-4387-b226-5acab93aa464/07160bbc_30f7_4ac3_8d12_5a9fd708f9ab.jpg)
সৰুসজাইৰ বিহুৰ অনুষ্ঠানৰ নামত অপপ্ৰচাৰ কৰা আপ নেতাক আটক...
আম আদমী পাৰ্টীৰ মুখপাত্ৰ সুশান্ত কুমাৰ নাথক আটক কৰিছে আৰক্ষীয়ে।
বিহুক লৈ চৰকাৰে ব্যৱসায় কৰিছে বুলি অভিযোগ কৰিছিল সুশান্ত নাথে।
পাণবজাৰ আৰক্ষীয়ে আটক কৰিছে আপ নেতাগৰাকীক।
সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা বিহু অনুষ্ঠানৰ বাবে ধনৰ বিনিময়ত টিকট বিক্ৰী কৰা বুলি মন্তব্য কৰিছিল সামাজিক মাধ্যমত।
এনে অপপ্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কঠোৰ সকিয়নি দিছিল পীযুষ হাজৰিকাই।
সৰুসজাইৰ বিহুৰ অনুষ্ঠানৰ বাবে বিনামূলীয়া প্ৰৱেশ পত্ৰ দিয়া হৈছে বুলি জনাইছিল পীযুষ হাজৰিকাই।
Also Read: সাজু হওক কৃষিকৰ্মৰ বাবেঃ এইবাৰ স্বাভাৱিক হ'ব বাৰিষা...