/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2d394666-cc78-441d-9a2c-c8c547a38fd5/AP_FOR_WEB_drugs_.jpg)
মহানগৰীৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযানঃ ৪ মহিলা, এজন যুৱকক আটক...
-
গুৱাহাটীৰ বিভিন্ন প্রান্তত মহানগৰ আৰক্ষীৰ অভিযান।
-
গান্ধীবস্তিত চানমাৰি আৰক্ষীৰ অভিযানত আটক এটা ড্রাগছ সৰবৰাহকাৰী।
-
চানমাৰি আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী জাহিদুল ইছলামক।
-
জাহিদুলৰ পৰা জব্দ ৮০০ ৰো অধিক নিচাযুক্ত টেবলেট।
-
লগতে জব্দ ১০০ৰো অধিক চিৰিঞ্জ।
-
আনহাতে পাণবজাৰ আৰক্ষীৰ জালত পৰিছে ৪ মহিলা ড্রাগছ সৰবৰাহকাৰী।
-
মহিলাকেইগৰাকীৰ পৰা জব্দ ১০০টা ড্রাগছভৰ্তি কণ্টেইনাৰ।
-
অধিক তদন্তৰ বাবে মহিলাকেইগৰাকীক জেৰা অব্যাহত পাণবজাৰ আৰক্ষীৰ।
Also Read: ৫ টা প্ৰশ্ন কৰাঃ লাখ টকাৰ দাঁতা ভূপেন বৰা...