/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/442294-war.jpg)
ডিজিটেল ডেস্কঃ অসমত ৰত্নাকৰৰ সৈতে যুঁজত হাৰ মানিলেও সমগ্ৰ দেশৰ ছবিঘৰত হৃতিক-টাইগাৰৰ ছবি ৱাৰক সকলো দৰ্শকে জনাইছে বিপুল সহাঁৰি। প্ৰত্যেক দিনাই ছবিখনে ভংগ কৰিছে ইটোৰ পাছত সিটো ৰেকৰ্ড। ছবিখনে সমগ্ৰ বিশ্বত মঙলবাৰৰ লৈকে উপাৰ্জন কৰিছ প্ৰায় ৪০৬.৫ কোটি টকা। ছবিখনে ভাৰতত ৩৩২ কোটি টকাৰ ব্যৱসায় কৰাৰ লগতে বিদেশত উপাৰ্জন কৰিছে ৭৯.০৫ কোটি টকা। উল্লেখ্য যে, ৱাৰৰ হিন্দী সংস্কৰণে এতিয়া লৈকে উপাৰ্জন কৰিছে ২৭৬.৪০ কোটি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us