চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
banner
বিনোদন মুখ্য-পৃষ্ঠা

ভাগ্য! দিন হাজিৰা কৰা এজন শ্ৰমিক হ’লগৈ মডেল…

ভাগ্য! দিন হাজিৰা কৰা এজন শ্ৰমিক হ’লগৈ মডেল…

author-image
asomiyapratidin
17 Feb 2022 12:42 IST

Follow Us

New Update
ভাগ্য! দিন হাজিৰা কৰা এজন শ্ৰমিক হ’লগৈ মডেল…

 এগৰাকী ৬০ বছৰীয়া ব্যক্তিৰ এখন ফটোৱে তোলপাৰ লগাইছে ছ'চিয়েল মিডিয়া। ফটোৱে সলনি কৰিলে এজন শ্ৰমিকৰ ভাগ্য। দিন হাজিৰা কৰা ব্যক্তিৰ পৰা হ'লগৈ মডেল।

Advertisment

মুহুৰ্ততে সলনি হৈ হ'ল এগৰাকী দিন হাজিৰা কৰাৰ ব্যক্তিৰ ভাগ্য। কেৰালাৰ দিন হাজিৰা কৰা ৬০ বছৰীয়া ব্যক্তি এগৰাকীৰ গ্লেমাৰাছ চেহেৰাই এতিয়া প্ৰশংসা বুটলিছে ছ'চিয়েল মিডিয়াত।

এই দিন হাজিৰা কৰা ব্যক্তি গৰাকী কাজিকোৰ মাম্মিকা বুলি জানিব পৰা গৈছে।পেছাত তেওঁ এগৰাকী শ্ৰমিক। কিন্তু এজন ফটোগ্ৰফাৰে তেওঁক অন্যৰূপ প্ৰদান কৰাৰ লগে লগে বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল মাম্মিকা।

জানিব পৰা মতে, ফটোগ্ৰাফাৰ শ্বাৰিক ভিয়েলাই মাম্মিকাত মডেলিঙৰ দক্ষতা দেখি তেওঁ অন্য ৰূপত সজাই পৰাই তুলিছিল। ফটোশ্বুট কৰাৰ পিছত যেতিয়া মাম্মিকাৰ ফটো ভাইৰেল হয় তেতিয়া সকলোৱে তেওঁক প্ৰশংসা কৰিছে আৰু ফটোগ্ৰাফাৰ মহানুভৱতাকো শলাগিছে।

View this post on Instagram

A post shared by WHAT'S UP BOLLYWOOD (@whatsupbollywood)

এই বিষয়ে মন্তব্য প্ৰদান কৰি মাম্মিকাই কয় যে তেওঁ অত্যন্ত সুখী আৰু কোনোৱে যদি তেওঁক ভাল অফাৰ দিয়ে তেন্তে গ্ৰহণ কৰিব।

social media viral
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!