New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/UDAY.jpg)
- যোৱা বৃহস্পতিবাৰে এক পথ দুৰ্ঘটনাত আহত হৈছে অসমৰ জনপ্ৰিয় কৰিঅ'গ্ৰাফাৰ উদয় শংকৰ।
- যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত নেলীত দুৰ্ঘটনাত পতিত হয় কৰিঅ'গ্ৰাফাৰজন।
- বৰ্তমান উদয় শংকৰ সংকটমুক্ত আৰু ঘৰতে বিশ্ৰাম লৈ আছে।
- দুৰ্ঘটনাত মূৰ, ডিঙি আৰু চকুত আঘাত পাইছে উদয় শংকৰে।
- দুৰ্ঘটনাত সামান্য পৰিমাণে আহত হৈছে গাড়ীখনৰ চালকজনো।
- কিন্তু বৰ্তমান সংকটমুক্ত উদয় শংকৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us