আজি ছবিঘৰলৈ ৰীমা দাসৰ বুলবুল কেন ছিং…

আজি ছবিঘৰলৈ ৰীমা দাসৰ বুলবুল কেন ছিং…

author-image
asomiyapratidin
New Update
আজি ছবিঘৰলৈ ৰীমা দাসৰ বুলবুল কেন ছিং…

  • আজি ছবিঘৰলৈ ৰীমা দাসৰ বুলবুল কেন ছিং।
  • ৰাজ্যৰ প্ৰায় ২৯ টা ছবিঘৰত মুক্তি দিয়া হৈছে ছবিখন।
  • ছবিখন মুক্তিৰ পূৰ্বে যোৱা বৃহস্পতিবাৰে হৈ পিমিয়াৰ শ্ব।
  • দৰ্শকৰ সৈতে পিমিয়াৰ শ্ব উপভোগ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও।
  • ছবিখন চাবলৈ সমগ্ৰ ৰাজ্যবাসীক সংবাদ মেলৰ জৰিয়তে আহ্বান জনাইছিল পৰিচালক ৰীমা দাসে।