টাইগাৰ শ্ৰফে জিমত কেনেদৰে কৰে অনুশীলন… চাওক VIDEO

টাইগাৰ শ্ৰফে জিমত কেনেদৰে কৰে অনুশীলন… চাওক VIDEO

author-image
asomiyapratidin
New Update
টাইগাৰ শ্ৰফে জিমত কেনেদৰে কৰে অনুশীলন… চাওক VIDEO

ডিজিটেল ডেস্কঃ শাৰীৰিক ফিটনেছৰ ক্ষেত্ৰত বলিউদৰ আগশাৰীৰ অভিনেতাসকলৰ ভিতৰত টাইগাৰ শ্ৰফৰ নাম ল'বই লাগিব। নিজৰ ফিটনেছ আৰু এক্সনৰ বাবে বলিউদত অতি কমসময়ৰ ভিতৰতে টাইগাৰ হৈ পৰিল সকলোৰে চিনাকি মুখ।

কৰণ জোহৰৰ আহিবলগীয়া ছবি 'ষ্টুডেণ্ট অৱ দ্য ইয়েৰ ২' আৰু ৰেম্বো ছবিখনৰ বাবে টাইগাৰে জিম'ত কেনেদৰে প্ৰস্তুতি চলাইছে তাৰ এটি ভিডিঅ'-