মুক্তি পালে ৰাণু মণ্ডলে কন্ঠদান কৰা ‘তেৰী মেৰি’ৰ ট্ৰেইলাৰ, চাওক VIDEO…

মুক্তি পালে ৰাণু মণ্ডলে কন্ঠদান কৰা ‘তেৰী মেৰি’ৰ ট্ৰেইলাৰ, চাওক VIDEO…

author-image
asomiyapratidin
New Update
মুক্তি পালে ৰাণু মণ্ডলে কন্ঠদান কৰা ‘তেৰী মেৰি’ৰ ট্ৰেইলাৰ, চাওক VIDEO…

ডিজিটেল ডেস্কঃ সোমবাৰে মুক্তি পালে ৰাণু মণ্ডলে কন্ঠদান কৰা হিমেশ ৰেচমিয়াৰ আহিবলগীয়া ছবিখনৰ তেৰী মেৰি জনপ্ৰিয় গীতটিৰ ট্ৰেইলাৰ। সোমবাৰে বিয়লিভাগত দৰ্শকৰ মাজলৈ এৰি দিয়া ট্ৰেইলাৰটো মাত্ৰ কেইটামান ঘন্টাৰ ভিতৰতে লাখ লাখ দৰ্শকে দৰ্শন কৰিছে। ইফালে গীতটো অতি কম সময়ৰ ভিতৰতে ইউ টিউবৰ উপৰিও অন্য ছচিয়েল মাধ্যমত ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে হিমেশ ৰেচমিয়াৰ ষ্টুডিঅত ৰাণু মণ্ডলে ৰেকডিং কৰিছিল টেৰী মেৰি গীতটো। ৰেকডিং কৰি থকাৰ সময়তে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ৰাণু মণ্ডলৰ এটা ভিডিঅ। মঙলবাৰে মুক্তি পোৱা টেৰী মেৰি গীতটোৰ ট্ৰেইলাৰটো-