/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/nagarjuna-1568896171.jpg)
ডিজিটেল ডেস্কঃ জনপ্ৰিয় তেলেগু অভিনেতা নাগাৰ্জুনৰ হায়দৰাবাদস্থিত ফাৰ্ম হাউছত যোৱা বৃহস্পতিবাৰে উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ। আৰক্ষীয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি কিছুদিনৰ পূ্ৰ্বে ফাৰ্ম হাউছৰ বিভিন্ন দিশ চোৱা-চিতাৰ বাবে লোকজনক ৰখা হৈছিল ফাৰ্ম হাউছ্ত।
হায়দৰাবাদৰ পপীৰেড্ডীগুডাত থকা এই ফাৰ্ম হাউছটোৰ এটা ৰূমত উদ্ধাৰ হৈছে লোকজনৰ মৃতদেহ। বৰ্তমানৰ লৈকে লোকজনৰ মৃত্যু সন্দৰ্ভত কোনো তথ্য ৰাজহুৱা কৰা নাই আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us