/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/fc2e3dd3-6638-4567-a9d4-9bdf8f65609f.jpg)
ডিজিটেল ডেস্কঃ এমাহৰ পাৰ হোৱাৰ পাছতো ছবিঘৰত সগৌৰৱেৰে চলি আছে হিন্দী ছবি তানহাজী। অজয় দেৱগণ, কাজল আৰু চৈইফ আলী খানে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনে শনিবাৰে ভৰি থলে ৩৭ দিনত। শনিবাৰে ছবিখনে উপাৰ্জন কৰে প্ৰায় ৬০ লাখ টকা। উল্লেখ্য যে, ৩৭ দিনৰ অন্তত ছবিখনৰ মুঠ উপাৰ্জন হৈছে ২৭১.১০ কোটি টকা। ২০২০ বৰ্ষৰ সৰ্বাধিক উপাৰ্জনকাৰী তালিকাৰ শীৰ্ষত আছে তানহাজী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us