১৭ দিনৰ অন্তত ‘Tanhaji’ৰ উপাৰ্জন…

১৭ দিনৰ অন্তত ‘Tanhaji’ৰ উপাৰ্জন…

author-image
asomiyapratidin
New Update
১৭ দিনৰ অন্তত ‘Tanhaji’ৰ উপাৰ্জন…

ডিজিটেল ডেস্কঃ ছবিঘৰত বৰ্তমানেও সগৌৰৱেৰে চলি আছে হিন্দী ছবি তানহাজী। অজয়, কাজল আৰু চৈয়ফ আলী খানে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনক লৈ মুক্তিৰ পূৰ্বেই যথেষ্ট বিৰ্তক হৈছিল যদিও সকলোবোৰ বিৰ্তকক একাষৰীয়া কৰি প্ৰতিটো ছবিঘৰতে তানহাজীক চাবলৈ ভিৰ লাগিল অগনণ লোকৰ। মুক্তিৰ ১৭ দিনৰ অন্তত ছবিখনে মুঠ ২২৪ টকা উপাৰ্জন কৰিছে। উল্লেখ্য যে, যোৱা দেওবাৰ দিনটোত ছবিখনে উপাৰ্জন কৰিছে ১২ কোটি টকা।