মুক্তিৰ ৯ দিনৰ পাছতো ছবিঘৰত সগৌৰৱে চলি আছে ছুপাৰ-৩০

মুক্তিৰ ৯ দিনৰ পাছতো ছবিঘৰত সগৌৰৱে চলি আছে ছুপাৰ-৩০

author-image
asomiyapratidin
New Update
মুক্তিৰ ৯ দিনৰ পাছতো ছবিঘৰত সগৌৰৱে চলি আছে ছুপাৰ-৩০

  • ছবিগৃহত সগৌৰৱে চলি আছে ঋতিক ৰোচন অভিনীত ছবি ছুপাৰ-৩০।
  • মুক্তিৰ ৯ দিনৰ পাছতো সকলো ছবিঘৰত হৈছে হাউছফুল।
  • যোৱা শনিবাৰে ছবিখনে উপাৰ্জন কৰিছে ৮.৫৩ কোটি।
  • ৯ দিনৰ অন্তত ছবিখনে মুঠ উপাৰ্জন কৰিছে ৮৮.৯০ কোটি।
  • বিহাৰৰ আনন্দ কুমাৰৰ জীৱনক ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ছবিখন।
  • ইতিমধ্যে বিহাৰ আৰু ৰাজস্থানত ছবিখনৰ টেক্স ফী ঘোষণা কৰিছে চৰকাৰে।