ডিজিটেল মাধ্যমত আহি আছে ছানী লিয়নীৰ ধাৰাবাহিক…

ডিজিটেল মাধ্যমত আহি আছে ছানী লিয়নীৰ ধাৰাবাহিক…

author-image
asomiyapratidin
New Update
ডিজিটেল মাধ্যমত আহি আছে ছানী লিয়নীৰ ধাৰাবাহিক…

ফাইল ফটো

ডিজিটেল ডেস্কঃ এক ধাৰাবাহিকত দেখা যাব ছানী লিয়নীক। এই ধাৰাবাহিক কোনো টিভি চেনেলৰ বাবে নিৰ্মাণ কৰা হোৱা নাই। ডিজিটেল মাধ্যমত সম্প্ৰচাৰ হ'ব এই ধাৰাবাহিক। এই ধাৰাবাহিকসহ যথেষ্ট ৰোমাঞ্চকৰ। এবাৰ অন্য ৰূপত ধৰা দিব দৰ্শকৰ সন্মুখত ছানী লিয়নীয়ে।

এই ধাৰাবাহিকখনৰ নাম বা অন্যান্য বিষয় সন্দৰ্ভত এতিয়ালোকে কোন কথা সদৰী কৰা হোৱা নাই। এই সন্দৰ্ভত কোৱা হৈছে ডিজিটেল প্লেটফৰ্মৰ বাবে নিৰ্মাণ কৰা এখন ধাৰাবাহিকত অভিনয় কৰিব ছানী লিয়নীয়ে। ছানীৰ এই নতুন ধাৰাবাহিকখন হ'ব হাস্যব্যাংগাত্মক।ছানী লিয়নীৰ এই ধাৰাবাহিকৰ খবৰে ইতিমধ্যে ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।