/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/93651912-0abe-4c4d-aed0-3496d1efc640.jpg)
ডিজিটেল ডেস্কঃ জনপ্ৰিয় অভিনেত্ৰী শ্বাবনা আজমী বৰ্তমান ঘৰতে থকা বুলি জানিব পৰা গৈছে। যোৱা ১৮ জানুৱাৰী, ২০২০ত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছিল অভিনেত্ৰীগৰাকী। শ্বাবনা আজমীয়ে টুইটাৰযোগে তেওঁ হাস্পতালৰ পৰা ঘৰলৈ উভতি অহাৰ খবৰ দিয়ে।
Thank you all for your prayers and wishes for my https://t.co/A21IxD7Usd back home now Thank you #Tina Ambani and Kokilaben Ambani hospital for the sterling care provided by the doctors team and the nursing staff. Im indebted and grateful🙏 pic.twitter.com/6a1PWsGKnn
— Azmi Shabana (@AzmiShabana) February 1, 2020
টুইটটোত অভিনেত্ৰীগৰাকীয়ে লিখিছে- 'মই সুস্থ হৈ উঠাৰ বাবে যিসকলে প্ৰাৰ্থনা কৰিছিল তেওঁলোকক ধন্যবাদ জনাইছো। মই ঘৰলৈ আহিলো। চিকিৎসক আৰু নাৰ্ছিং ষ্টাফে কৰা শুশ্ৰূষাৰ বাবেও ধন্যবাদ জনালো…।' অভিনেত্ৰীগৰাকী চিকিৎসালয়ৰ পৰা ঘূৰি অহাৰ পাছত সুখী হৈছে তেওঁৰ অনুগামীসকল।