সঞ্জয় দত্তই জিনিলে দুৰাৰোগ্য কেন্সাৰ, ইনষ্ট্ৰাগ্ৰাম যোগে জনালে খবৰ…

সঞ্জয় দত্তই জিনিলে দুৰাৰোগ্য কেন্সাৰ, ইনষ্ট্ৰাগ্ৰাম যোগে জনালে খবৰ…

author-image
asomiyapratidin
New Update
সঞ্জয় দত্তই জিনিলে দুৰাৰোগ্য কেন্সাৰ, ইনষ্ট্ৰাগ্ৰাম যোগে জনালে খবৰ…

ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰখ্যাত অভিনেতা সঞ্জয় দত্ত কিছুদিনৰ পৰা তেওঁৰ কেঞ্চাৰ ৰোগৰ আৰু ইয়াৰ চিকিৎসাজনিত খবৰৰ বাবে  চৰ্চাত আছে।তেওঁৰ চিকিৎসাৰ বাবে তেওঁৰ অনুৰাগী সকলেও তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে।

আটাইতকৈ ভাল খবৰটো হৈছে সঞ্জয় দত্তই এই বেমাৰক জয় কৰিবলৈ সক্ষম হৈছে।অনুৰাগীসকলক তেওঁৰ সন্তানৰ জন্ম দিনৰ দিনাই তেওঁ ইনষ্ট্ৰাগ্ৰাম যোগে এই খবৰ জনাইছে অভিনেতাগৰাকীয়ে। তেওঁ পোষ্টটোত লিখে যে, তেওঁ এতিয়া সম্পূ্ৰ্ণ সুস্থ।ইয়াৰ লগতে  তেওঁৰ যত্ন লোৱা কোকিলাবেন হস্পিটালৰ  সকলো ডাক্তৰকো ধন্যবাদ জনাইছে জনপ্ৰিয় অভিনেতাজনে।