অভিলেখৰ ওপৰত অভিলেখঃ ১ টা মাহত ‘ৰত্নাকৰ’ৰ উপাৰ্জন কিমান…

অভিলেখৰ ওপৰত অভিলেখঃ ১ টা মাহত ‘ৰত্নাকৰ’ৰ উপাৰ্জন কিমান…

author-image
asomiyapratidin
New Update
অভিলেখৰ ওপৰত অভিলেখঃ ১ টা মাহত ‘ৰত্নাকৰ’ৰ উপাৰ্জন কিমান…

ডিজিটেল ডেস্কঃ অসমীয়া ছবি জগতত অভিলেখৰ ওপৰত অভিলেখ গঢ়িছে যতীন বৰাৰ ছবি ৰত্নাকৰে। ষষ্ঠতো সপ্তাহত ভৰি দিয়া ৰত্নাকৰে ইতিমধ্যে অসমত চেৰ পেলাইছে বাহুবলী আৰু অসমীয়া ছবি কাঞ্চনজংঘাক। বৰ্তমানৰ লৈকে ছবিখনে উপাৰ্জন কৰিছে মুঠ ৯ কোটি ২০ লাখ টকা।

Advertisment

উল্লেখ্য যে, পঞ্চম সপ্তাহত ৪০ টা ছবিগৃহত ৬০ টা দৰ্শনী আৰু ষষ্ঠ সপ্তাহত ২০ টা ছবিগৃহত ৩০ টা দৰ্শনী লাভ কৰিছে ৰত্নাকৰে। চলিত বৰ্ষৰ ১১ অক্টোবৰত মুক্তি লাভ কৰিছিল ছবিখনে।