ৰামগোপাল বাৰ্মাৰ নতুন ছবি 12 O’Clock, মুখ্য চৰিত্ৰত মিথুন চক্ৰৱৰ্তী…

ৰামগোপাল বাৰ্মাৰ নতুন ছবি 12 O’Clock, মুখ্য চৰিত্ৰত মিথুন চক্ৰৱৰ্তী…

author-image
asomiyapratidin
New Update
ৰামগোপাল বাৰ্মাৰ নতুন ছবি 12 O’Clock, মুখ্য চৰিত্ৰত মিথুন চক্ৰৱৰ্তী…

ডিজিটেল ডেস্কঃ বলিউডৰ প্ৰসিদ্ধ ডাইৰেক্টৰ ৰামগোপাল বাৰ্মাই এখন হৰৰ চিনেমা দৰ্শকৰ মাজলৈ লৈ অনাৰ কথা। এই চিনেমাখনৰ নাম ১২ অ' ক্লক। ৰামগোপাল বাৰ্মাই এই চিনেমাখনৰ টেইলৰ বুধবাৰে মুক্তি দিছে। এই ছবিখনত মিথুন চক্ৰৱৰ্তী আছে মুখ্য চৰিত্ৰত।

Advertisment

তেওঁৰ বাহিৰেও এই ছবি খনত অভিনয় কৰিছে মকৰন্দ দেশপাণ্ডে, দিব্যা জগদালে, মানৱ কোলকে ধৰি বহুকেইজনে।চিনেমাখনৰ টেইলৰ দেখি এনে লাগিছে যে এই ছবিখনত বহু ভয়ানক দৃশ্য সংযোজন কৰা হৈছে। পোষ্টাৰ খনত মিথুন চক্ৰৱৰ্তীৰ লগতে আন অভিনয় শিল্পী সকলকো দেখিবলৈ পোৱা গৈছে। চিনেমাখনে জনপ্ৰিয়তা লাভ কৰিব বুলি আশা কৰা গৈছে।