কোৰোনাত আক্ৰান্ত বলীউদৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিং…

কোৰোনাত আক্ৰান্ত বলীউদৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিং…

author-image
asomiyapratidin
New Update
কোৰোনাত আক্ৰান্ত বলীউদৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিং…

  • কোৰোনাত আক্ৰান্ত বলীউদৰ অভিনেত্ৰী ৰাকুল প্ৰীত সিং ।
  • মঙলবাৰে অভিনেত্ৰী গৰাকীৰ আক্ৰান্ত হয় কোৰোনাত ।
  • অভিনেত্ৰী গৰাকীয়ে সামাজিক মাধ্যম যোগে আক্ৰান্ত হোৱাৰ কথা ব্যক্ত কৰে ।
  • বৰ্তমান কোৱাৰেন্টাইনত আছে অভিনেত্ৰী গৰাকীয়ে ।
  • অভিনেত্ৰী গৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি অভিনেত্ৰী গৰাকীয়ে জনিব দিয়ে ।
  • অভিনেত্ৰী গৰাকীৰ সংস্পৰ্শলৈ অহা লোক সকলক কোভিড ১৯ৰ পৰীক্ষা কৰিবলৈ আহ্বান জনাই ।