অমিতাভ বচ্চনৰ মাত আৰু নুশুনে!…

অমিতাভ বচ্চনৰ মাত আৰু নুশুনে!…

author-image
asomiyapratidin
New Update
অমিতাভ বচ্চনৰ মাত আৰু নুশুনে!…

ডিজিটেল ডেস্কঃ অমিতাভ বচ্চনৰ বিৰুদ্ধে দিল্লীৰ উচ্চ ন্যায়ালয়ত এখন আবেদন ( পিআইএল) দাখিল কৰা হৈছে। কোভিড-১৯ ৰ সজাগতা বৃদ্ধিৰ বাবে সম্প্ৰচাৰিত হোৱা অমিতাভ বচ্চনৰ কন্ঠৰ কলাৰ টিউন আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে এই আবেদনখন।

উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত ৰায় প্ৰদান কৰা পিছতে ঠিৰাং হ'ব মোবাইলৰ ৰিংটনত অভিতাভ বচ্চনৰ কোভিড বিষয়ক সচেতনামূলক বিজ্ঞাপনৰ গুৰু গম্ভীৰ কন্ঠ আৰু শুনিবলৈ পোৱা যাৱনে নাই।

উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৃহস্পতিবাৰে দেশত কোভিডত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা বুধবাৰ তুলনাত ১২ শতাংশ অধিক । অন্যহাতে দেশত নতুন কোৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৰ্তমানে ৭৩ জনলৈ বৃদ্ধি পাইছে।