মিছন মংগলৰ জয়যাত্ৰা অব্যাহতঃ ১৪ দিনত উৰ্পাজন…

মিছন মংগলৰ জয়যাত্ৰা অব্যাহতঃ ১৪ দিনত উৰ্পাজন…

author-image
asomiyapratidin
New Update
মিছন মংগলৰ জয়যাত্ৰা অব্যাহতঃ ১৪ দিনত উৰ্পাজন…

ডিজিটেল ডেস্কঃ যোৱা ১৫ আগষ্টত মুক্তি পোৱা হিন্দী চবি মিছন মংগলক আদৰি ললে দৰ্শকে। বাস্তৱ জীৱনৰ বিষয়বস্তৰে নিৰ্মাণ কৰা এই ছবিখনে দেশৰ লগতে বিদেশতো কৰিছে ভাল উপাৰ্জন। ইতিমধ্যে ছবিখন মহাৰাষ্ট্ৰ চৰকাৰে টেক্স ফ্ৰী হিচাপে ঘোষণা কৰিছে। অক্ষয় কুমাৰ, বিদ্যা বালন আৰু সোনাক্ষী সিনহাৰ দমদাৰ অভিনয়ে ছবিখনক দৰ্শকৰ কাষ চপাই নিয়াত সহায়ক হৈছে। মুক্তিৰ ১ সপ্তাহতে ছবিখনে ১০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰাৰ পাচত ছবিখনে যোৱা বুধবাৰে উপাৰ্জন কৰিছে ২.৫০ কোটি টকা। উল্লেখ্য যে, মুক্তিৰ ১৪ দিনৰ অন্তত ছবি খনে উৰ্পাজন কৰিছে মুঠ ১৬৫.৫০ কোটি টকা।