New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/ketrina.jpg)
- দেশত বৃদ্ধি হৈছে কোভিডত আক্ৰান্তৰ সংখ্যা ।
- বলিউদৰ অভিনেত্ৰী কেটৰীণা কাঈফ কোৰোনাত আক্ৰান্ত ।
- মঙলবাৰে কোভিডত আক্ৰান্ত হয় অভিনেত্ৰী গৰাকী ।
- বৰ্তমান অভিনেত্ৰী গৰাকী হোম কোৱাৰেন্টাইনত আছে বুলি জানিব দিয়ে ।
- ইফালে বলিউদ জগতত ইজনৰ পিছত সিজন অভিনেতা- অভিনেত্ৰী আক্ৰান্ত হৈছে কোৰোনাত ।