অভিনেত্ৰী কংগনাৰ জয়, লাভ কৰিব সকলো ক্ষতিপূৰণ…

অভিনেত্ৰী কংগনাৰ জয়, লাভ কৰিব সকলো ক্ষতিপূৰণ…

author-image
asomiyapratidin
New Update
অভিনেত্ৰী কংগনাৰ জয়, লাভ কৰিব সকলো ক্ষতিপূৰণ…

ডিজিটেল ডেস্কঃ অভিনেত্ৰী কংগনা ৰানাৱটৰ মুম্বাইস্থিত কাৰ্যালয়ৰ এটা অংশ ভাঙি পেলোৱা কাৰ্যক শুকুৰবাৰে আইন বিৰুদ্ধ বুলি উল্লেখ্য কৰিছে উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে অভিনেত্ৰী গৰাকীয়ে শিৱ সেনা আৰু মুম্বাই চৰকাৰৰ ওপৰত কৰা এক মন্তব্যৰ পিছতে এই ঘটনা সংঘটিত হৈছিল।

Advertisment

বোম্বে উচ্চ ন্যায়ালয়ে অভিনেত্ৰী গৰাকীৰ সকলো ক্ষতি পূৰণৰ দায়িত্ব গ্ৰহণ কৰিছে। এয়া অভিনেত্ৰী গৰাকীৰ বৃহৎ জয় বুলি অভিহিত কৰিছে তেওঁৰ অনুৰাগী সকলে। উল্লেখ্য যে, অভিনেত্ৰী গৰাকীয়ে ৯ চেপ্তেম্বৰত এই ঘটনা সন্দৰ্ভত বোম্বে উচ্চ ন্যায়ালয়ত এখন আবেদন কৰিছিল। শুকুৰবাৰে আদালতে এই আবেদনৰ শুনানি জাৰি কৰিছে।