New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/kanchan.jpg)
- ছবিঘৰত ছুপাৰ হিট জুবিন গাৰ্গৰ কাঞ্চনজংঘা।
- ৬ ছেপ্তেম্বৰত মুক্তি পোৱা ছবিখনে দেওবাৰৰলৈকে উপাৰ্জন কৰিছে প্ৰায় ১ কোটি ৩৮ লাখ টকা।
- মুক্তিৰ দিনাই ছবিখনে উপাৰ্জন কৰিছিল ৪০ লাখ টকা।
- শনিবাৰে ছবিখনে ৩৮.৫ লাখ টকা উপাৰ্জন কৰে।
- দেওবাৰে ছবিখনে উপাৰ্জন কৰে ৫৯.১ লাখ টকা।
- দৰ্শকৰ এই সহাৰিৰ বাবে দৰ্শকক ধন্যবাদ জনালে জুবিনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us