কমল হাছানৰ আহিবলগীয়া ছবি ’ইণ্ডিয়ান-২’ৰ শ্বুটিংস্থলীত অঘটন, নিহত ২ কৰ্মী…

কমল হাছানৰ আহিবলগীয়া ছবি ’ইণ্ডিয়ান-২’ৰ শ্বুটিংস্থলীত অঘটন, নিহত ২ কৰ্মী…

author-image
asomiyapratidin
New Update
কমল হাছানৰ আহিবলগীয়া ছবি ’ইণ্ডিয়ান-২’ৰ শ্বুটিংস্থলীত অঘটন, নিহত ২ কৰ্মী…

  • দক্ষিণৰ চুপাৰষ্টাৰ কমল হাছানৰ আহিবলগীয়া ছবি 'ইণ্ডিয়ান-২'ৰ শ্বুটিংস্থলীত অঘটন।
  • চেন্নাইত ছবিখনৰ শ্বুটিঙৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে সংঘটিত হয় এই অঘটন।
  • শ্বুটিঙৰ বাবে সংস্থাপন কৰা ক্ৰেন খহিঁ পৰি দুজন কৰ্মীৰ মৃত্যু।
  • এই ঘটনাক কমল হাছানে নিজেই ছ'চিয়েল মিডিয়াযোগে ব্যক্ত কৰিছে।
  • তেওঁ টুইটাৰত লিখিছে, এয়া অতি শোকাৱহ ঘটনা।
  • মই মোৰ দুজন সহযোগীক হেৰুৱাইছো।
  • উল্লেখ্য যে, বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা।
  • প্ৰাপ্ত খবৰুনৰি, এই ঘটনাত আহত হৈছে ছবিখনৰ পৰিচালকো।