/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/FLIM-FARE.jpg)
ডিজিটেল ডেস্কঃ বলিউডৰ তাৰকা-মহাতাৰকাৰে ভৰি পৰিব গুৱাহাটী, কিয়নো চলিত বৰ্ষৰ অহা ১৫ ফেব্ৰুৱাৰীত ফিল্মফেয়াৰ এৱাৰ্ড। বলিউডৰ বৃহৎ এই পুৰষ্কাৰ বিতৰণ অনুষ্ঠানটিক লৈ এতিয়া যুদ্ধকালীন প্ৰস্তুতি। সাজু হৈছে আহ্বায়কৰ লগতে এই অনুষ্ঠানৰ মধ্যমণি বলিউডৰ তাৰকাসকল।
ৰঙ-বিৰঙী লাইটৰ পোহৰত, হাজাৰ হাজাৰ অনুৰাগীৰ কোলাহলত বলিউড তাৰকাসকলে খোজ পেলাব ৰেড কাৰ্পেটত। আকৰ্ষণীয় এই অনুষ্ঠানতটিত বলিউদৰ মোহময়ী অভিনেত্ৰীসকলেনো কি সাজ পৰিধান কৰিব তাক লৈ এতিয়া অনুৰাগীসকলৰ মাজত ব্যাপক উৎকন্ঠা।
ফিল্মফেয়াৰ অনুষ্ঠানটিত বলিউডৰ অভিনেত্ৰীসকলে কি সাজ পৰিধান কৰি ৰেড কাৰ্পেটত খোজ পেলাব তাক লৈ ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠানৰ। নামী-দামী ফেশ্বন ডিজাইনাৰে ডিজাইনৰ কৰা পোছাক পৰিধান কৰি ফটোশ্ব্যুটো কৰিলে একাংশ অভিনেত্ৰীয়ে। তাৰে কেইগৰাকীমান অভিনেত্ৰীৰ আলোকচিত্ৰ-
কৰীণা কাপুৰঃ
সোনম কাপুৰঃ
অন্যন্যা পাণ্ডেঃ
অলায়া ফাৰ্নাণ্ডিছঃ
তাৰা চুতাৰিয়াঃ
বাণী কাপুৰঃ
বিদ্যা বালনঃ
নুৰচত ভৰুষাঃ
ফৰহান আৰু শিৱানীঃ
কাৰ্তিক আৰিয়ানঃ
কৰন জোহৰঃ
নেহা ধুপীয়াঃ
ফৰহান আৰু শিৱানীঃ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us