New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/dilip-kumar-back-to-home-news.jpg)
- বলিউডৰ দিগ্বজ তথা জ্যেষ্ঠ জনপ্ৰিয় অভিনেতা দিলীপ কুমাৰৰ স্বাস্থ্য উন্নত হৈছে।
- তেওঁক শুকুৰবাৰে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়।
- টুইটাৰযোগে খোদ এই কথা জনালে জনপ্ৰিয় অভিনেতাগৰাকীয়ে।
- তেওঁ টুইটাৰত লিখিছে- আপোনালোকৰ মৰম-ভালপোৱা আৰু প্ৰাৰ্থনাৰ বাবে মই সুস্থ হৈছো।
- লগতে তেওঁ হাস্পতালখনৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দলটোকে ধন্যবাদ জ্ঞাপন কৰে।
- শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাৰ বাবে তেওঁক ভৰ্তি কৰা হৈছিল চিকিৎসালয়ত।