স্বপ্নাৰ মহিমা অপাৰঃ নিৰ্বাচনৰ আগত কংগ্ৰেছ, নিৰ্বাচনৰ পাছত বিজেপিত যোগদান…

স্বপ্নাৰ মহিমা অপাৰঃ নিৰ্বাচনৰ আগত কংগ্ৰেছ, নিৰ্বাচনৰ পাছত বিজেপিত যোগদান…

author-image
asomiyapratidin
New Update
স্বপ্নাৰ মহিমা অপাৰঃ নিৰ্বাচনৰ আগত কংগ্ৰেছ, নিৰ্বাচনৰ পাছত বিজেপিত যোগদান…

ডিজিটেল ডেস্কঃহাৰিয়ানাৰ জনপ্ৰিয় নৃত্যশিল্পী আৰু কন্ঠশিল্পী স্বপ্না চৌধুৰীয়ে দেওবাৰে যোগদান কৰে বিজেপিত। দেওবাৰে বিজেপি সদস্য ভৰ্তি অভিযানৰ এখন সভাত বিজেপিৰ সদস্যতা লাভ কৰে স্বপ্না চৌধুৰীয়ে। এই সভাত উপস্থিত আছিল শিৱৰাজ সিং চৌহান, ডা০ হৰ্ষৱধন সিং আৰু মনোজ তিৱাৰীৰ দৰে কেইবাজনো নেতা।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে স্বপ্না চৌধৰীয়ে কংগ্ৰেছত যোগদান কৰিছিল। যোগদানৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত স্বপ্নাই কংগ্ৰেছত যোগদানৰ খবৰ অস্বীকাৰ কৰিছিল।