New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/EN5PLdhU0AATwL4.jpg)
- আজি মুক্তি পাব এছিড আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা দীপিকা পাডুকনৰ ছবি ছপাক।
- ইতিমধ্যে ছবিখনক কেইবাখনো ৰাজ্যত টেক্স ফী হিচাপে ঘোষণা কৰা হৈছে।
- চত্তীশগড়. ৰাজস্থান, পঞ্জাৱত টেক্স ফী কৰা হৈছে ছবিখন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EN5PLdhU0AATwL4.jpg)
- এছিড আক্ৰমণৰ বলি হোৱা যুৱতী লক্ষী আগৰৱালৰ বাস্তৱ কাহিনীৰে নিৰ্মাণ কৰা হৈছে ছবিখন।
- লক্ষী আগৰৱালৰ চৰিত্ৰতে অভিনয় কৰিছে অভিনেত্ৰী দীপিকা পাডুকনে।
- ছবিখনৰ মুক্তিৰ দিনা পুৱাই মুম্বাইৰ সিদ্ধি বিনায়ক মন্দিৰত উপস্থিত হলগৈ অভিনেত্ৰীগৰাকী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/EN5PLdiVUAE0Qr3.jpg)