প্ৰেছ কনফাৰেন্সত অমিতাভ বচ্চনৰ বিৰুদ্ধে অভিযোগ দীপিকাৰ…

প্ৰেছ কনফাৰেন্সত অমিতাভ বচ্চনৰ বিৰুদ্ধে অভিযোগ দীপিকাৰ…

author-image
asomiyapratidin
New Update
প্ৰেছ কনফাৰেন্সত অমিতাভ বচ্চনৰ বিৰুদ্ধে অভিযোগ দীপিকাৰ…

ডিজিটেল ডেস্কঃ বলিউড অভিনেত্ৰী দীপিকী পাডুকন আৰু মহানায়ক অভিতাভ বচ্চনত পিকু ছবিৰ জৰিয়তে একেলগে দৰ্শকৰ সমূখত পদাৰ্পন কৰিছিল। এতিয়া খুবেই ভাইৰেল হৈছে দুয়োৰে এটি ভিটিঅ'। ভিডিঅ'টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

Advertisment

এই ভিডিঅ'টোত অভিনেত্ৰী দীপিকা পাডুকনে অমিতাভ বচ্চনক লৈ মন্তব্য কৰিছে যে, অমিতাভ বচ্চনে তেওঁৰ ভাত মাৰিছে। ইয়াৰ পিছতে দুয়োকে উদ্বিগ্ন দেখা গৈছে ভিডিঅ'টোত।ভিডিঅ'টোতটো অমিতাভ বচ্চনে সুধিছে তেওঁ দৰাচলতে কি কৰে। ইয়াৰ উত্তৰত দীপিকাই পুনৰ কৈছে যে তেওঁ দীপিকাৰ খোৱা চুৰ কৰিছে। ইয়াৰ উত্তৰত খুব সৰলতাৰে অমিতাভ বচ্চনে কৈছে যে তেওঁ সাধাৰণ লোক , যি তিনিসাঁজ খাই জীয়াই আছে। তেওঁ পুনৰ কৈছে যে খাদ্য চুৰ কৰা কথাটো আচৰিত হ'ব লগা একো কথা নহয় , আচৰিত হ'ব লগা কথাটো হৈছে খাদ্যখিনি চুৰ কোনে কৰে।

উল্লেখ্য যে পুৰণি এই ভিডিঅ'টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।