New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/01/8cef38ca-4651-4767-822e-e01ef324823d.jpg)
- বিৰ্তকৰ পাছতো দীপিকাৰ ছবি ছপাক'ক আদৰি লৈছে দৰ্শকে।
- মুক্তিৰ প্ৰথম দিনাই ছবিখনে উপাৰ্জন কৰিলে ৪.৭৭ কোটি টকা।
- বাজেটলৈ চাই সমীক্ষকসকলে ছপাক ছুপাৰহিট হোৱাৰ ইংগিত প্ৰদান কৰিছে।
- উল্লেখ্য যে, এছিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালা নামৰ এগৰাকী যুৱতীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছপাক।
- ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাডুকনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us