হাউছফুল-৪ঃ চাৰিটা দিনত উপাৰ্জন ৫৩.৩৩ কোটি…

হাউছফুল-৪ঃ চাৰিটা দিনত উপাৰ্জন ৫৩.৩৩ কোটি…

author-image
asomiyapratidin
New Update
হাউছফুল-৪ঃ চাৰিটা দিনত উপাৰ্জন ৫৩.৩৩ কোটি…

ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰ অভিনীত ছবি হাউছফুল-৪য়ে আশা কৰা ধৰণে দৰ্শক সহাঁৰি লাভ নকৰিলেও লেমেহীয়া গতিৰে বক্স অফিচত আগবাঢ়িছে। দীপাৱলীৰ বতৰত ছবিখন ছুপাৰ হিট হোৱাৰ আগজাননী বহুকেইজন ছবি সমালোচকে কৰিছিল যদিও দৰ্শকে আদৰি নললে ছবিখন।

Advertisment

মুক্তিৰ ৪ টা দিনৰ অন্তত ছবিখনে উপাৰ্জন কৰিছে ৫৩.২২ কোটি টকা। যোৱা দেওবাৰৰ দিনটোত ছবিখনে উপাৰ্জন কৰিছে ১৫.৩৩ কোটি। উল্লেখ্য যে, যোৱা ২৫ অক্টোবৰত মুক্তি লাভ কৰা ছবিখনে মুক্তিৰ প্ৰথমদিনটোত উপাৰ্জন কৰিছিল ১৯.০৮ টকা।