কংগনাৰ গোচৰ খাৰিছৰ আবেদন, বোম্বে উচ্চতম ন্যায়ালয়ৰ শুনানি…

কংগনাৰ গোচৰ খাৰিছৰ আবেদন, বোম্বে উচ্চতম ন্যায়ালয়ৰ শুনানি…

author-image
asomiyapratidin
New Update
কংগনাৰ গোচৰ খাৰিছৰ আবেদন, বোম্বে উচ্চতম ন্যায়ালয়ৰ শুনানি…

ডিজিটেল ডেস্কঃ বোম্বে উচ্চ ন্যায়ালয়ে মংগলবাৰে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱট আৰু ৰংগোলী চন্দেলৰ আবেদন সন্দৰ্ভত শুনানি দিয়াৰ সম্ভাৱনা আছে। এই আবেদনত তেওঁ মুম্বাই আৰক্ষীক তেওঁৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰখন উঠাই ল'বৰ বাবে আবেদন কৰিছিল।

উল্লেখ্য যে এই আবেদনখনত তেওঁৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰি সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰা অভিযোগ উত্থাপন হৈছিল।সোমবাৰে কংগনা আৰু ৰংগোলীক মুম্বাই আৰক্ষীয়ে সোধপোছৰ বাবে মাতিছিল।