/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/7e12c838-2e22-469a-9ecb-b2000a5a42f8.jpg)
ডিজিটেল ডেস্কঃ বুধবাৰে নিশা মুম্বাইত অনুষ্ঠিত হয় আইফা এৱাৰ্ড-২০১৯ (IIFA) বঁটা বিতৰণ অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত থাকে বলিউডৰ নামী-দামী তাৰকা সকল। এই বঁটা বিতৰণ অনুষ্ঠানত ৰেখা, মাধুৰী দীক্ষিত, কেটৰিণা কাইফ, ছলমান খান, আয়ুষ্মান খুৰানা, বিক্কী কোশল, ৰণবীৰ সিং, ছাৰা আলী খান, দীপিকা পাডুকণ, আলিয়া ভাটৰ লগতে বলিউডৰ প্ৰায়গৰাকী তাৰকা।
আইফা এৱাৰ্ড-২০১৯ অনুষ্ঠানত ৰণবীৰ সিঙক 'বেষ্ট এক্টৰ' আৰু আলিয়া ভাটক 'বেষ্ট এক্ট্ৰেছ' বঁটাৰে সন্মানিত কৰা হয়। এই বঁটা বিতৰণ অনুষ্ঠানত কোনে কি কি বঁটা লাভ কৰিলে সেই বিষয়ে তলত উল্লেখ কৰা হ'ল-
- বেষ্ট ডায়ৰেক্টৰঃ শ্ৰীৰাম ৰাঘৱণ (অন্ধাধুন)।
The Award for the Best Director goes to Sriram Raghavan for Andhadhun.#iifa20#iifahomecoming#nexaexperiencepic.twitter.com/ZSvvx69Wm1
— IIFA (@IIFA) September 19, 2019
- বেষ্ট এক্টৰঃ ৰণবীৰ সিং (পদ্মাৱত)
- বেষ্ট এক্ট্ৰেছঃ আলিয়া ভাট (ৰাজি)
- বেষ্ট ছাপ'ৰ্টিং ৰ'ল (মহিলা)ঃ আদিতি ৰাও হেডৰী।
The IIFA Awards 2019 Winner for the best performance in a Supporting Role (Female) goes to @aditiraohydari.#iifa20#iifahomecoming#nexaexperiencepic.twitter.com/rM0wsDxGBy
— IIFA (@IIFA) September 19, 2019
- বেষ্ট ছাপ'ৰ্টিং ৰ'ল (পুৰুষ)ঃ বিকি কৌশল।
The IIFA Awards 2019 Winner for the best performance in a Supporting Role (Male) goes to @vickykaushal09.#iifa20#iifahomecoming#nexaexperiencepic.twitter.com/OIsmBZhkZx
— IIFA (@IIFA) September 19, 2019
- বেষ্ট ডেব্যু (মহিলা)ঃ ছাৰা আলী খান (কেদাৰনাথ)।
The Award for the Best Debut Female goes to Sara Ali Khan for the film Kedarnath.#iifa20#iifahomecoming#nexaexperiencepic.twitter.com/iWVe3lBlU2
— IIFA (@IIFA) September 19, 2019
- বেষ্ট ডেব্যু (পুৰুষ)ঃ ঈশান খট্টৰ।
The Award for the Best Debut Male goes to Ishaan Khattar for the film Dhadak .#iifa20#iifahomecoming#nexaexperiencepic.twitter.com/0eb8lwgYYl
— IIFA (@IIFA) September 19, 2019
- স্পেচিয়েল এৱাৰ্ড ফৰ বেষ্ট এক্ট্ৰেছঃ দীপিকা পাডুকন।
- IIFA BIG 20 Award ফৰ বেষ্ট ডায়ৰেক্টৰঃ ৰাজকুমাৰ হিৰাণী।
- বেষ্ট মিউজিক ডায়ৰেক্টৰঃ অমাল মালিক, গুৰু ৰন্ধাৱা, ৰোছক কোহলী, সৌৰভ-বৈভৱ, হানী সিং, জেক নাইট।
The Award for the Best Music Director goes to @AmaalMallik, @GuruOfficial, @RochakTweets, Saurabh-Vaibhav, @asliyoyo and @iamzackknight for Sonu ke Titu ki Sweety!#iifa20#iifahomecoming#nexaexperiencepic.twitter.com/20AyZF3ujv
— IIFA (@IIFA) September 18, 2019