অমিতাভ বচ্চনৰ নতুন ছবি ‘ঝাণ্ড’ ৰিলিজৰ নিষেধাজ্ঞা বাতিল কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ…

অমিতাভ বচ্চনৰ নতুন ছবি ‘ঝাণ্ড’ ৰিলিজৰ নিষেধাজ্ঞা বাতিল কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ…

author-image
asomiyapratidin
New Update
অমিতাভ বচ্চনৰ নতুন ছবি ‘ঝাণ্ড’ ৰিলিজৰ নিষেধাজ্ঞা বাতিল কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ…

ডিজিটেল ডেল্কঃ অমিতাভ বচ্চনৰ আগন্তক ছবি 'ঝাণ্ড' সন্মুখীন হৈছে সমস্যাৰ।বুধবাৰে  উচ্চতম ন্যায়ালয়ে চিনেমাখনৰ প্ৰদৰ্শনৰ ওপৰত কৰা নিষেধাজ্ঞা উঠাই ল'বলৈ অস্বীকাৰ কৰিছে। উল্লেখ্য যে উচ্চ ন্যায়ালয়ে কপিৰাইট বিতৰ্কৰ সন্দৰ্ভত ছবিখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰিছিল আৰু তেলাংগানা উচ্চ আদালতৰ নিৰ্দেশৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰিছিল।

Advertisment

মুখ্য ন্যায়াধীশ এছএবোবডে , ন্যায়াধীশ এএছ বোপান্না আৰু বি ৰামাসুব্ৰমনীয়ানৰ বিচাপীঠে উচ্চ ন্যায়ালয়ৰ ১৯ অক্টোবৰৰ আদেশৰ বিৰুদ্ধে চুপাৰ কেছেট ইণ্ডস্তিজ (টি চিৰিজ)ৰ আবেদন নাকচ কৰে।