Aditya Roy Kapoor's Birthday: আজি আদিত্যৰ জন্মদিন - শুভেচ্ছা বাৰ্তাৰে ভৰিছে চৌদিশ

বলীউডৰ আটাইতকৈ জনপ্ৰিয় অভিনেতাৰ অন্যতম আদিত্য ৰয় কাপুৰ।১৯৮৫ চনত ১৬ নবেম্বৰত মুম্বাইত জন্ম গ্ৰহণ কৰা আদিত্যই ২০০৯ চনত 'লণ্ডন ড্ৰীমছ' ছবিখনৰ জৰিয়তে বলীউডত ভুমুকি মাৰিছিল।এইগৰাকী অভিনেতাই আশিকী ২ ত প্ৰদৰ্শন কৰা দুৰ্দান্ত অভিনয়ৰে পাছতে সীমাহীন অনুৰাগীৰ আপোন হৈ পৰে।সীমিত ছবিত অভিনয় কৰাৰ পাছতো আদিত্যই বলীউডত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
Aditya Roy Kapoor's Birthday: আজি আদিত্যৰ জন্মদিন - শুভেচ্ছা বাৰ্তাৰে ভৰিছে চৌদিশ

Aditya Roy Kapoor's Birthday

ডিজিটেল ডেস্ক: Aditya Roy Kapoor: বলীউডৰ আটাইতকৈ জনপ্ৰিয় অভিনেতাৰ অন্যতম আদিত্য ৰয় কাপুৰ।১৯৮৫ চনত ১৬ নবেম্বৰত মুম্বাইত জন্ম গ্ৰহণ কৰা আদিত্যই ২০০৯ চনত লণ্ডন ড্ৰীমছ নামৰ ছবিখনৰ জৰিয়তে বলীউডত ভুমুকি মাৰিছিল।এইগৰাকী অভিনেতাই 'আশিকী-২'ত প্ৰদৰ্শন কৰা দুৰ্দান্ত অভিনয়ৰে পাছতে সীমাহীন অনুৰাগীৰ আপোন হৈ পৰে।সীমিত ছবিত অভিনয় কৰাৰ পাছতো আদিত্যই বলীউডত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। 'অ'কে জানু', 'য়ে জৱানী হে দিৱানী','মলং' আৰু 'লুডো' হৈছে আদিত্য অভিনীত কেইখনমান সফল ছবি।

Advertisment

অগনন যুৱতাৰ প্ৰথম পছন্দ এইগৰাকী জনপ্ৰিয় অভিনেতাৰ আজি জন্মদিন।ছছিয়েল মিডিয়াত অগনন অনুৰাগীয়ে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে।বলীউডী সমাজেও আদিত্যক জনাইছে জন্মদিনৰ শুভেচ্ছা ।  

জন্মদিন উপলক্ষে আৰ্কষৰ্ণীয় চেহেৰা এই অভিনেতাগৰাকীৰ কেইখনমান বিশেষ ফটো চাও আহক-

অগনন যুৱতীৰ 'সপোন'ৰ আদিত্য

Aditya Roy Kapoor
Aditya Roy Kapoor

'চাৰ্মিং' আদিত্য

Aditya Roy Kapoor
Aditya Roy Kapoor
bollywood actor bollywood actors birthday Aditya Roy kapoor