অভিনেতা বিজয় ৰাজক কিয় কৰা হ’ল গ্ৰেপ্তাৰ…

অভিনেতা বিজয় ৰাজক কিয় কৰা হ’ল গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
অভিনেতা বিজয় ৰাজক কিয় কৰা হ’ল গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্কঃ অভিনেতা বিজয় ৰাজক যোৱা সোমবাৰে গ্ৰেপ্তাৰ কৰিছিল মহাৰাষ্ট্ৰ আৰক্ষীৰ এটা দলে। মঙলবাৰে এই কথা ৰাজহুৱা কৰিছে অতুল কুলকৰ্ণী নামৰ এগৰাকী আৰক্ষীয় বিষয়াই। শ্বুটিঙত কৰ্মৰত এগৰাকী মহিলাক বেয়া ব্যৱহাৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল অভিনেতাজনক। বিজয় ৰাজৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি মহিলাগৰাকীয়ে অতিশীঘ্ৰ তেওঁৰ ওপৰত বিহিত ব্যৱস্থাগ্ৰহণৰ দাবী তুলিছিল।