বিনোদন ৰাষ্ট্ৰীয় চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত… চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত… asomiyapratidin 28 Oct 2021 21:47 IST Follow UsNew Updateদক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্ত চিকিৎসালয়ত ভৰ্তি।চেন্নাইৰ কৌভেৰী হাস্পতালত ভৰ্তি হৈছে অভিনেতাগৰাকী।তেওঁ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়খনত ভৰ্তি হোৱা বুলি জানিব পৰা গৈছে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক