বিনোদন মুখ্য-পৃষ্ঠা দক্ষিণৰ চুপাৰষ্টাৰ চিৰঞ্জীৱ আক্ৰান্ত কোৰোনাত… দক্ষিণৰ চুপাৰষ্টাৰ চিৰঞ্জীৱ আক্ৰান্ত কোৰোনাত… asomiyapratidin 09 Nov 2020 11:52 IST Follow UsNew Updateদক্ষিণৰ চুপাৰষ্টাৰ কে চিৰঞ্জীৱ আক্ৰান্ত হৈছে কোৰোনাত। অভিনেতাজনে সদৰি কৰিছে এই কথা। উল্লেখ্য বৰ্তমান a symptomatic অভিনেতাজন।যোৱা সপ্তাহত তেলেংগানাৰ মুখ্যমন্ত্ৰীকো সাক্ষাত কৰিছিল তেওঁ। আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক